দাৰুল উলুম
কটহগুৰী টুকটুকী মাদ্ৰাছা

     উত্তম ব্যক্তি সেই জন যিয়ে
যোগাযোগ

মাদ্ৰাছাৰ উদ্দেশ্য

دارالعلوم ٹوکٹوکی مدرسہ
মাদ্ৰাছাঃ

নগাঁও জিলাৰ সন্মানিত ৰাইজে এই মাদ্ৰাছা খন 2001 চনৰ 10 মে তাৰিখে মৌঃৰশিদ আহমদ ক প্ৰধান শিক্ষক হিচাপে ৰাখি আৰম্ভ কৰে। এই মাদ্ৰাছাত আধুনিক পদ্ধতিৰে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। লগতে মাদ্ৰাছাত আছে সিমিত ছাত্ৰবাসৰ আৰু খাদ্যৰ ব্যৱস্থা। অতি কম খৰচত দুখীয়া পৰিয়ালৰ ছাত্ৰ সকলক কেনেকৈ সু-শিক্ষা দিব পাৰে এয়াই ৰাইজ তথা মাদ্ৰাছাৰ উদ্দেশ্য। ধন্যবাদ।

বৰ্তমান অৱস্থা

1

বৰ্তমান মুঠ ছাত্ৰৰ সংখ্যা

1

বৰ্তমান মুঠ বৰ্ডিংত আছে

7

বৰ্তমান মুঠ সহায়ক

দান বৰঙণি

Donation QR Code
Notice Board

পৰিচালনা কমিটি

সু-ব্যৱস্থা সমূহ

  • মাদ্ৰাছাত আছে ২৫০ জন ছাত্ৰৰ থকাৰ, খোৱাৰ ব্যৱস্থা।
  • মাদ্ৰাছাত কমেও ১২ টা বথৰুম থকাৰ ওপৰিও মটৰৰ পানীৰ সুবিধা আছে।
  • মাদ্ৰাছাৰ সাধ্য অনুসৰি চিকিৎসাৰ লগতে সু-স্বাস্থ্যৰ বাবে বিশেষ সবিধা আছে।
  • দুখীয়া সকলৰ বাবে মাচুলৰ ৰেহাই থকাৰ ওপৰিও এতিম সকলৰ বাবে বিনামূলীয়াৰ ব্যৱস্থা আছে।
  • মাদ্ৰাছাত বিনামূলীয়া কিতাপৰ ব্যৱস্থা আছে।
  • مدرسے میں کم از کم بارہ باتھ روم ہونے کے علاوہ موٹر کے ذریعے پانی کی سہولت بھی موجود ہے۔
  • مدرسے میں 250 طلبہ کے قیام و طعام کا انتظام موجود ہے۔
  • مدرسے کی استطاعت کے مطابق علاج معالجے کے ساتھ ساتھ صحت و تندرستی کے لیے خصوصی سہولت بھی موجود ہے۔
  • غریبوں کے لیے فیس میں رعایت کے علاوہ یتیم طلبہ کے لیے مفت تعلیم و تربیت کا انتظام بھی موجود ہے۔
  • مدرسے میں طلبہ کے لیے کتابیں مفت فراہم کرنے کا انتظام موجود ہے۔

ছাত্ৰৰ মানিবলগীয়া

  • মাদ্ৰাছাত ম'বাইলৰ লগতে অন্য বিজুলীৰ সামগ্ৰী ব্যৱহাৰ কৰা নিষিদ্ধ।
  • মাদ্ৰাছাত গেছ ছিলিন্ডাৰ ইত্যাদি ব্যৱহাৰ কৰা নিষেধ।
  • নিজৰ স্বাস্থ্য আৰু বস্তুৰ সংৰক্ষণ নিজে কৰিব লাগিব।
  • ভৰ্তিৰ সময়ত জমা দিয়া তথ্য অনুসৰি দেখা আৰু ফোন কৰিব পাৰিব।
  • ছুটিৰ আবেদন মঞ্জুৰি নকৰাকৈ মাদ্ৰাছাৰ পৰা ওলাব নোৱাৰিব।
  • মাদ্ৰাছাই নিৰ্ধাৰিত কৰা কাপোৰ পৰিধান কৰিব লাগিব।
  • ছুটিৰ আবেদন মঞ্জুৰি নকৰাকৈ মাদ্ৰাছাৰ পৰা ওলাব নোৱাৰিব।
  • ভৰ্তিৰ সময়ত জমা দিয়া তথ্য অনুসৰি হে কাৰোবাৰ লগত যাব পাৰিব।
  • ভৰ্তিৰ সময়ত জমা দিয়া তথ্য অনুসৰি দেখা আৰু ফোন কৰিব পাৰিব।
  • مدرسے میں موبائل کے علاوہ دیگر برقی آلات کے استعمال پر پابندی ہے۔
  • مدرسے میں گیس سلنڈر وغیرہ کے استعمال پر پابندی ہے۔
  • اپنے صحت اور سامان کی حفاظت خود کرنی ہوگی۔
  • داخلے کے وقت جمع کروائی گئی معلومات کے مطابق رابطہ اور فون کیا جا سکتا ہے۔
  • مدرسے میں گیس سلنڈر وغیرہ کے استعمال پر پابندی ہے۔
  • اپنے صحت اور سامان کی حفاظت خود کرنی ہوگی۔
  • داخلے کے وقت جمع کروائی گئی معلومات کے مطابق رابطہ اور فون کیا جا سکتا ہے۔
  • چھٹی کی درخواست منظور کیے بغیر مدرسے سے باہر نہیں جا سکتے۔
  • داخلے کے وقت جمع کروائی گئی معلومات کے مطابق ہی کسی کے ساتھ جا سکتے ہیں۔
  • داخلے کے وقت جمع کروائی گئی معلومات کے مطابق ملاقات اور فون کیا جا سکتا ہے۔

ভৰ্তিৰ নিয়মাৱলী

  • ছাত্ৰ আৰু অভিভাৱকৰ ভাৰতৰ যিকোনো নাগৰিক পত্ৰ এক কপিকৈ জেৰক্স।
  • সেই সকল অভিভাৱকৰ ফটো লাগিব যি সকলৰ লগত দেখা অথবা ফোন কৰিব নাইবা যাৰ লগত ছুটি দিয়া হব।
  • ছাত্ৰৰ ২ কপি পাচপৰ্ট ফটো আৰু সকলো অভিভাৱকৰ ২ কপিকৈ ফটো।
  • ভৰ্তিৰ সময়ত অভিভাৱক (কমেও এজন) উপস্থিত থাকিব লাগিব।
  • ভৰ্তিৰ মাছুল এক হাজাৰ টকা আৰু মাহিলী খোৱাৰ বাবে এক হাজাৰ টকা দিব লাগিব।
  • লগতে অন্যান্য তিনিশ টকা দিব লাগিব (আইডেন্টি কাৰ্ড, পৰীক্ষৰ ফিছ, আন্জুমন ফিচ ইত্যাদি)।
  • যোৱা বছৰ পঢ়ি অহা মাদ্ৰাছা নাইবা স্কুলৰ প্ৰমাণ পত্ৰ।
  • طلبہ اور والدین کے کسی بھی بھارتی شہری کے کاغذات کی ایک کاپی بذریعہ زیروکس تیار کرنی ہوگی۔
  • ان والدین کے فوٹو درکار ہوں گے جن کے ساتھ ملاقات یا فون نہیں کیا جائے گا یا جن کے ساتھ چھٹی دی جائے گی۔
  • طلبہ کے دو کاپی پاسپورٹ سائز فوٹو اور تمام والدین کے دو دو کاپی فوٹو۔
  • داخلے کے وقت والدین (کم از کم ایک) کی موجودگی ضروری ہے۔
  • داخلے کی فیس ایک ہزار روپے اور خواتین کے کھانے کے لیے ایک ہزار روپے ادا کرنے ہوں گے۔
  • ساتھ ہی دیگر تیس روپے ادا کرنے ہوں گے (شناختی کارڈ، امتحانی فیس، انجمن فیس وغیرہ کے لیے)۔
  • گزشتہ سال پڑھا ہوا مدرسے یا اسکول کا تصدیقی سرٹیفکیٹ۔

যোগাযোগ কৰক

ঠিকনাঃ

যদি আপুনি আপোনাৰ কোনো ছাত্ৰক ভৰ্তি কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক

নামঃ
মৌঃ ৰশিদ আহমদ
ঠিকনাঃ
Bhelowguri Moirabari ASSAM
ই-মেইলঃ
rashidahmed7890l@gmail.com
Whatsapp
+91 6002019206
বাৰ্তা কৰক